AWBI Recognition Number

ND044/2007

Email Address

pr@jbfsociety.org

Phone Number

+91-99544 49528

Exploitation and deforestation around us, leaving the balance of nature at risk and us we pretend to live a happy and carefree life. But amidst all the ignorance and bliss we forget that we are actually at the mercy of this planet.

This World Environment Day, this is our second chance.
To change.
To start fresh.
To introspect and stop taking granted.
To put an end to the constant exploitation and spread awareness
To restore the lost greenery…

Let us all stop being ignorant to these issues and take a tiny step for a better leap into a greener future.
For, if Ignorance is bliss, why aren’t there more happy people?

No tree> No Food
No land> No Life

চাৰিওফালে চলি থকা প্ৰাকৃতিক শোষণ আৰু বিধ্বংষী কাৰ্যবোৰে প্ৰকৃতিৰ ভাৰসাম্য বিনস্ত কৰি আহিছে আৰু আমি,জীৱশ্ৰেষ্ঠ মানৱে দায়িত্বহীন ভাৱে এক সুস্থ জীৱন কটোৱাৰ ভাও ধৰি আছো।

কিন্তু এই সমস্ত অজ্ঞতা আৰু আনন্দৰ মাজত আমি পাঁহৰি পেলাইছো যে বাস্তৱত আমি প্ৰকৃতিৰ কৃপাতেই জীয়াই আছো।

এই বিশ্ব পৰিৱেশ দিৱস আমাৰ বাবে এক দ্বিতীয় সুযোগ
পৰিৱৰ্তন আনিবলৈ
নতুন আৰম্ভণিৰ বাবে
আত্ম নিৰীক্ষণ কৰাৰ বাবে
অবিৰত ভাবে চলি থকা শোষণক সমাপ্ত কৰি সজাগতা সম্ৰসাৰনৰ বাবে
হেৰাই যোৱা সেউজীয়া খিনিক পুণৰোদ্ধাৰৰ বাবে…

আহক আমি সকলোৱে এই অনভিজ্ঞতা আঁতৰ কৰি এক উন্নত প্ৰকৃতি অনুকূল ভৱিষ্যতৰ বাবে এটি সৰু পদক্ষেপ গ্রহণ কৰো।

কাৰণ,  যদিহে এনে অজ্ঞতাই প্ৰকৃত আনন্দ,তেন্তে কিয় অধিকাংশ মানুেইহ অসুখী?

যদি বৃক্ষ নাই > খাদ্য নাই
যদি মাটি নাই > জীৱন নাই

……………………………………………………………………………………………………………………

This is a high time to think for the nature.

Your contribution can help building a better future in coming days.

Kindly contribute. We will help the innocents as much as possible on behalf of your concern.

Donate