AWBI Recognition Number

ND044/2007

Email Address

pr@jbfsociety.org

Phone Number

+91-99544 49528

Only a true animal lover can create such an amazingly described story about the suffering innocents!

We offer our heartfelt gratitude to Geetasri & team News18 Assam NE for creating awareness about the state of animals during C19 curfew. Thanks for your support. Together we can fight the difficult situation.

কেৱল প্ৰকৃত জীৱ-জন্তপ্ৰেমীৰ দ্বাৰহে এনে তথ্যবহুল সুন্দৰ প্ৰকাশণ প্ৰস্তুত কৰা সম্ভৱ!

কভিড১৯ৰ ফলত বলৱৎ কাৰ্ফিউৰ সময়ত জীৱ জন্তুৰ অৱস্থাৰ বিষয়ে সজাগতা অনাৰ বাবে আমি গীতাশ্ৰী তথা নিউজ18অসমৰ সমূহ কমকৰ্তালৈ আন্তৰিক ধন্যবাদ জ্ঞাপণ কৰিছো।

ধন্যবাদ আপোনালোকৰ সহযোগীতাৰ বাবে।

আমি সকলোৱে একত্ৰিতভাৱে জটিল সময়কো পৰাজিত কৰিব পাৰিম
————————
Stay happy, stay inside your home & keep supporting JBF from inside!
WWW.JBFSOCIETY.ORG/DONATE/