AWBI Recognition Number

ND044/2007

Email Address

pr@jbfsociety.org

Phone Number

+91-99544 49528

“The hardest part is saying goodbye”
 
He is a dog from Tezpur University. He is suffering from major health compressions and has referred him to the Khanapara Medical College, but he gave up his life 24th july 2023 .
 
The dog had an unexplainable relationship among the students of Tezpur University. Despite wanting the JBF to bury the dog at Smritideval in Sonapur, Guwahati, we were forced to take it to Tezpur University after seeing the immense love the university students had for the dog.
 
JBF thus respects the relationship between humans and animals and has always come forward to help them.
Animals give their rewards selflessly when they give love. An example of that is this dog of Tezpur University who will always live among those students and all the people present there even after he dies and JBF will always be around for this.
‘যাওঁগৈ’ – বুলি ক’লেই জানো বিদায়
ফল ফুল পাত সৰাৰ দৰে স্বাভাৱিক
কথকতা ? -(প্ৰণৱ কুমাৰ বৰ্মন)
 
“বিদায় শব্দটোৱে বৰ বেয়াকৈ আঘাট হানে”
 
এই যে ফুলেৰে আবৃত কুকুৰটো তেজপুৰ বিশ্ববিদ্যালয়ৰ। স্বাস্থ্যৰ অৱনতি ঘটাৰ বাবে তাক খানাপাৰা পশু চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল, কিন্তু ২৪ তাৰিখ ২০২৩ ত সি তাৰ প্ৰাণ ত্যাগ কৰিলে।
 
কুকুৰটোৰ লগত তেজপুৰ বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ এক বুজাব নোৱাৰা সম্পৰ্ক গঢ় লৈ উঠিছিল। সেয়ে গুৱাহাটীৰ সোনাপুৰৰ স্মৃতিদেৱলত জেবিএফে কুকুৰটো কবৰ দিবলৈ বিচৰা স্বত্বেও বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ কুকুৰটোৰ প্ৰতি থকা অপৰিসীম মৰম দেখি আমি তাক তেজপুৰ বিশ্ববিদ্যালয়লৈ লৈ যাবলৈ বাধ্য হৈছিলোঁ।
জেবিএফে মানুহ আৰু জন্তুৰ মাজৰ এই সম্পৰ্কক সন্মান কৰে আৰু তেওঁলোকক সহায় কৰিবলৈ সদায় আগবাঢ়ি আহিছে।
যেতিয়া জন্তুবোৰক আমি মৰম দিও তেতিয়া সিঁহতে নিস্বাৰ্থভাৱে আমাক ইয়াৰ প্ৰতিদান দিয়ে। তাৰেই উদাহৰণ হৈছে তেজপুৰ বিশ্ববিদ্যালয়ৰ এই কুকুৰটো যি সদায় সেই ছাত্ৰসকল আৰু তাৰ লোকসকলৰ মাজত মৃত্যুৰ পিছতো উপস্থিত থাকিব আৰু জেবিএফক আপুনি সদায় এনেকুৱাধৰণৰ কামত আপোনালোকৰ কাষত পাব।