AWBI Recognition Number

ND044/2007

Email Address

pr@jbfsociety.org

Phone Number

+91-99544 49528

“তুমি সুবাস অসমীৰে,
তুমি সুবাস সৃষ্টিৰে ৷ ”

আজি ২০ জুন, কলাগুৰু বিষ্ণুপ্ৰসাদ
ৰাভাৰ মৃত্যুবার্ষিকী । অসমীয়া জাতিক বিশ্ব দৰবাৰত সুকীয়াকৈ প্ৰতিষ্ঠা কৰা, এইজনা মহান ব্যক্তি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ আজি মৃত্যু বার্ষিকীত তেখেতক শ্ৰদ্ধাৰে সোঁৱৰিছো।